সৌৰ বিকিৰণসৌৰ শিখা

সৌৰ ভৰ (Assamese) [ Roman: xou.ro bhor]
Contributed by: Aklantika Saikia on 2011-08-13
1. Astronomy(Abstract Noun) The solar mass (1.98892×10^30 kg) is the standard unit of mass in astronomy, used to indicate the masses of other stars and galaxies. It is equal to the mass of the Sun, about two nonillion kilograms or about 332,950 times the mass of the Earth or 1,048 times the mass of Jupiter. নক্ষত্ৰ আৰু হাতীপটি আদিৰ ভৰ জোখিবলৈ জ্যোতিৰ্বিজ্ঞানত ব্যৱহাৰ হোৱা এটা একক মান৷ এই মান সূৰ্যৰ ভৰৰ সমান, অৰ্থাত্‍ প্ৰায় ১.৯৮৮৯২X১০‍^৩০ কিলোগ্ৰাম নাইবা পৃথিৱীৰ ভৰৰ ৩৩২৯৫০ গুণ নাইবা বৃহস্পতিৰ ভৰৰ ১০৪৮ গুণ
English: solar mass,
Assamese: সৌৰ ভৰ

সৌৰভৰ (Assamese) [ Decom:সৌৰভ+ৰ]